কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰছীrachīNoun
ডাঙৰ-দীঘল জৰী; ফঁই; লেজু
a rope; a cable
- ৰছী টনা খেলro.si to.na khelProper Noun
এডাল ৰছীৰ দুইমূৰে দুজন ব্যক্তি বা দুটা দলে বিপৰীত দিশত টনা-টনি কৰি খেলা এবিধ খেল।
a contest in which two people or teams pull opposite ends of a rope in an attempt to drag the opposition over a central line.
- ৰছুলrachulaNoun
ঈশ্বৰ-প্ৰেৰিত পুৰুষ; যেনে-"মহম্মদ ৰচুল"
a prophet
- ৰজrajaNoun
ধূলি
dust
- ৰজঃrajaḥNoun
তিৰোতাৰ মাহেকীয়া স্ৰাব বা গা-যোবা
the monthly discharge of a woman
- ৰজকrajakaNoun
ধোবা
washerman
- ৰজতrajataNoun
ৰুপ
silver
- ৰজত-জয়ন্তীrajata-jaẏantīNoun
কোনো অনুষ্ঠানৰ আৰম্ভৰপৰা পঞ্চবিংশ বছৰত হোবা উৎসব
the silver jubilee
- ৰজতনro.nga da.nobMaterial Noun
ৰূপৰ প্ৰলেপ দিয়া এক প্ৰক্ৰিয়া
a process of generating a silver coating
- ৰজনrajanaNoun
তাৰ্পিন তেল উলিয়াই নিয়াৰ পিছত থকা অংশখিনি শুকুবাই কৰা পদাৰ্থ-বিশেষ [ইয়াক মিহলাই বাৰ্নিচ তেল তৈয়াৰ কৰা হয়।]।
resin
- ৰজনজনাrajanajanāAdjective
প্ৰখ্যাত; সকলোবে জনা
known to all; made public
- ৰজনীrajanīNoun
ৰাতি
night
- ৰজনীকান্তro.jo.ni.kan.toMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- ৰজনীকান্ত বৰদলৈro.jo.ni.kan.to bor.do.loiProper Noun
বিখ্যাত বুৰঞ্জীমুলক ঔপন্যাসিক।
An Assamese novelist famous for his novel - "Miri Jiyori".
- ৰজনীকৰro.jo.ni.korMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- ৰজনীগন্ধাNoun
নহৰুৰ পাতৰ নিচিনা পাতেৰে এবিধ বন আৰু তাৰ বগা দীঘলীয়া ফল আৰু ফুল [ইয়াৰ ৰাতিহে বেচিকৈ গোন্ধ ওলায়।]
a kind of flower; poliantes tuberosa
- ৰজনীচৰNoun
"নিশাচৰ" চোবাঁ।
- ৰজনীজলro.jo.ni.jolMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- ৰজনীনাথNoun
"নিশাকৰ" চোবাঁ।
- ৰজনীপতিNoun
"নিশাকৰ" চোবাঁ।