কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইনত-বানত
আইনতৰ দুফালে থকা বাঁহৰ কাঠীৰ পাখি বা বান দুখন।
- আইনতঃāinataḥIndeclinable
আইৰ ব্যবস্হানুসাৰে
de jure
- আইনবিহীনProper Noun
Refers to a place or situation where there is no regulary authority.
- আইনবিৰুদ্ধa.in.bi.rud.dhoProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- আইনষ্টাইনিয়ামain.stai.ni.yamMaterial Noun
এক তেজস্কিয় মৌল৷ পাৰমাণবিক সংখ্যা ৯৯৷ ইউৰেনিয়াম উত্তৰ মৌল৷
A synthetic element with symbol Es and atomic number 99. It is the seventh transuranic element, and an actinide.
- আইনসন্মতain.xon.motProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- আইনসিদ্ধain.xid.dhoProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- আইনসৰ্বস্বa.in.xor.bos.sboAdjective Adj.
(disapproving) following or obeying the law very strictly/blindly; concerned with petty legal issues.
- আইনাāināNoun
কাচ বা বেলোলৰ পাতল পতা
a glass pane
- আইনীai.niProper Adj.
আইন বা ন্যায় মতে হোৱা বা কৰা৷
something related to the law.
- আইনীভাৱেAdverb
as per the rules and regulations of the land
- আইফালai.falProper Noun
নিজ মাতৃৰ ফালৰ
relations on one's mother's side.
- আইবেCommon Noun
মাক বা দেউতাকৰ মাক
mother of ones father or mother
- আইভিVerb-Intran.
নিজৰ ফালে গমন কৰা
to move towards oneself
- আইভৰী ক’ষ্টai.bho.ri ko``stProper Noun
পশ্চিম আফ্ৰিকাৰ এখন দেশ
Ivory Coast or Côte d'Ivoire, officially the Republic of Côte d'Ivoire, is a country in West Africa. Ivory Coast's de jure capital is Yamoussoukro and the biggest city is the port city of Abidjan.
- আইমানুai.ma.nuPronoun
সৰু ছোৱালীক মৰমেৰে মতা নাম
Assamese Gurdians used to call their girl child by these words
- আইলāilaVerb
আহিল
has come
- আইল`Verb-Trans.
to spread all around randomly
- আইলচাAbstract Noun
কাম কৰিবলৈ অনিচ্ছা হোৱা গুণ|
The property of being lazy and inactive
- আইলাāilāNoun
তিফাই
a kind of fire-place