কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰং-ৰূপram-rūpaNoun
আনন্দ; আমোদ; ধেমালি
play; joy; sport
- ৰং-ৰূপহAbstract Noun
প্ৰয়োজন পূৰণ কৰাৰ পৰিবৰ্ত্তে স্বাচ্ছন্দ্য, সৌন্দৰ্য্য বা জাক-জমকেৰে ভৰপূৰ মাত্ৰাধিক খৰচী জীৱনৰ উপযোগী বৈষয়িক বস্তু, সেৱা আদি
a material object, service, etc., conducive to sumptuous living, usually a delicacy, elegance, or refinement of living rather than a necessity:
- ৰংগনCommon Noun
A species of flowering plant in the family Rubaceae
- ৰংগনাথProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ৰংগপীঠMaterial Noun
মঞ্চৰ সন্মুখভাগ
the front part of the stage.
- ৰংগভূমিrong.go.bhu.miAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- ৰংগমঞ্চrong.go.mon.soAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- ৰংগশালাrong.go.xa.laAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- ৰংগোবা ওজাraṅgobā, ojāNoun
মনসাৰ গীত গোবা ওজা।
- ৰংঘৰrong.ghorProper Noun
A double-storied royal pavilion of Ahom kings with unique architectural features (Lat. 26°58’ N Long. 94° 41’ E).
- ৰংচঙীয়াAdjective
showy; gaudy
- ৰংপিCommon Noun
কাৰ্বিসকলৰ জনগোষ্ঠীয় পৰিচায়ক উপাধি বিশেষ
a title of the Karbi people of Assam.
- ৰংপুৰrong.purProper Noun
আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ৷ কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ৷
A place in Sibsagar district and was administrative head quarter of Ahom Kings.
- ৰংবং তেৰাংrong.bong te.rangCommon Noun
ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশনৰ সভাপতি অসমীয়া সাহিত্যৰ অক্লান্ত সাধক কথাশিল্পী ৰংবং তেৰাং ১৯৩৭ চনত কাৰ্বি আংলং জিলাৰ লাবুং দিংপিত (বকলীয়াঘাট)-ত জন্ম গ্ৰহণ কৰে ৷ তেওঁৰ পিতৃৰ নাম আছিল ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাংপী ৷ প্ৰথম অৱস্থাত শিক্ষকতাৰে জীৱন নিৰ্বাহ কৰা তেৰাঙে পিছলৈ ডিফু চৰকাৰী কলেজৰ প্ৰৱক্তা হিচাপে যোগদান কৰে ৷ দীৰ্ঘদিন সাহিত্য সাধনাৰ স্বীকৃতি হিচাপে তেৰাঙে ২০০৮ চনত শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, অসম সাহিত্য সভাৰ বাসুদেৱ জালান বঁটা, ১৯৮২ চনত বিষ্ণু ৰাভা বঁটা, ১৯৮৩ চনত প্ৰকাশন পৰিষদ বঁটা লাভ কৰাৰ উপৰিও ১৯৮৯ চনত ৰাষ্ট্ৰীয় সন্মান পদ্মশ্ৰী লাভ কৰে ৷ কেইবাখনো উপন্যাস, গল্পসংকলন, প্ৰৱন্ধ সংকলন প্ৰকাশ পোৱাৰ উপৰিও তেওঁ কাৰ্বি ভাষাত অনেক গ্ৰন্থ ৰচনা কৰিছে ৷ তেওঁৰ উল্লেখযোগ্য ৰচনা হ’ল - কাৰ্বি লামতাছাম (কাৰ্বি-অসমীয়া অভিধান), উপন্যাস- ৰংমিলিৰ হাঁহি, ক্ৰান্তিকালৰ অশ্ৰু, জাক হেৰোৱা পক্ষী, নীলা আৰ্কিড ৷ সমন্বয় প্ৰবাহ (প্ৰবন্ধ সংকলন), বন ফৰিঙৰ গীত (গল্প সংকলন) আদিৰ উপৰিও আলোচনিৰ পাতত অনেক উপন্যাস, গল্প প্ৰকাশিত হৈছে ৷
Rong Bong Terang is a litterateur whose epoch Rong Milir Hanhi sent him into the acme of glory. Anglong district was born to Rupsing Terang and Ba-hak Ronghangpi at Lumbungdingpi near Bokoliaghat on January 13, 1937. After passing the Matriculation examination from Lanka High School in 1957, he studied at Nagaon College and graduated from Gauhati University in 1962. Terang started his career as a teacher in Lanka and Kaki high schools and Diphu Girls’ High School. He later joined Diphu Government College as a lecturer in Assamese and became the Principal-in charge on April 1, 2000. He retired from the college on November 30, 2002. Married to Kanam Hansepi, Terang has two sons and two daughters.Notable works of Terang include novels Rongmilir Hahi (1981), Krantikalar Ashru (2005), Jak Herowa Pakhi (2005), and Neela Orchid (2001). Samanway Prabah (1989) and Faringor Geet (1990) are collections of articles and short stories respectively, while Srimad Bhagawad Gita (1986), Smritir Papori (1998) and Langsoliator Kukrung (2007) are some other works. His uncompiled short stories are Bokulor Diary, Dhuniya Khamor Sithikhon, Sei Phalakkhon and Bisforon, A recipient of Asam Sahitya Sabha’s Bishnu Rabha award in 1982 and Asom Prakashan Parishad award in 1983, Terang was honoured with Padmashri in 1989. He also received Asam Sahitya Sabha’s Basudev Jalan award in 2008 and Mahapurush Madhavdev award in 2008.Terang has been elected as president of Asam Sahitya Sabha for the session 2009-11. He will preside over the Sabha’s ensuing Dhemaji session in February 2009.
- ৰংবাউলীProper Noun
তিৱাসকলৰ এগৰাকী উপাস্য দেৱী
a worshipping God of the Tiwa people
- ৰংবিৰংAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- ৰংমনেrong.mo.neAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.
- ৰংমহলProper Noun
ৰজাই ৰং-ৰহইচ কৰা ঠাই৷ উত্তৰ গুৱাহাটীৰ এখন ঠাই৷ আহোম ৰজা ৰুদ্ৰসিহংই ইয়াত বাহৰ পাতি আছিল৷
A place where rang(cultural activities) is done by Ahom kings. A place in North Guwahati. Ahom king Rudra Singha was making temporary dhrlter there.
- ৰংহীনProper Noun
Having no colour.
- ৰইনাraināNoun
অৰ্দ্ধচন্দ্ৰাকৱতি এচলা তক্তা [কেতিয়াবা তাত কোৰৰ নিচিনাকৈ নাল লগাই লয়; তাৰে বালি, গুটি-ধান আদি চপায়।]
a wooden implement like a hoe used for gathering grain, sand, etc., into a heap