কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষষ্ঠṣaṣṭhaAdjective
ছয় সংখ্যাৰ
sixth
- ষষ্ঠ ইন্দ্ৰিয়Abstract Noun
পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভূত হোৱাতকৈ অধিক সংবেদনশীল অৱস্থা
the ability to sense beyond the normal five senses
- ষষ্ঠদশxos.tho.doxAbstract Noun
পোন্ধৰতকৈ এক ডাঙৰ সংখ্যাটো বা তাৰ চিনটো
One after fifteen or the symbol for it
- ষষ্ঠভূজxos.tho.bhujAbstract Noun
ছয়টা বাহু আৰু কোণ থকা এক সামতলিক চিত্ৰ৷
Plane figure with six sides and angles.
- ষষ্ঠিṣaṣṭhiNoun
ষাঠি।
- ষষ্ঠিকxos.thikProper Adj.
৬ (ছয়) ভূমিৰ সংখ্যাংকন পদ্ধতি সম্পৰ্কীয়
of, pertaining to the number system with base 6
- ষষ্ঠিতমxos.thi.tomAbstract Noun
দহ আৰু ছয়ৰ পূৰণফল বুজোৱা সংখ্যাটো - ৬০৷
The cardinal number which is equal to the multiplication of ten and six - 60.
- ষষ্ঠীṣaṣṭhīNoun
ছয় সংখ্যাৰ তিথি; পঞ্চমী তিথিৰ পাছৰ তিথি
the sixth lunar day
- ষাঁঠṣām̐ṭha
"অম্বুবাচী" চোবাঁ।
- ষাঁতṣām̐taNoun
ষণ্ড; ভতৰা গৰু
a bull
- ষাঁড়xa~rCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.
- ষাঁড় গৰুxa~r go.ruCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.
- ষাঁড় মেল্ṣām̐ṛa, mel
গৰাকীয়ে কাণ সাৰ নকৰি কোনো লোকক ঘেনি তেনি ঘূৰি ফুৰিবলৈ এৰি দি; উদং মেল্
to allow a person to act according to his will
- ষাঁড়-চেলেকাṣām̐ṛa-celekāNoun
গৰুবে চেলেকাৰ নিচিনা পাক খাই ওপৰলৈ উঠা কপলাৰ ওচৰত থকা চুলি; কপালত চকৰ পাতি থকা চুলি
a cowlick or a tuft of hair turned up over the forehead
- ষাঁড়চেলেকাxa~r.se.le.kaMaterial Noun
গৰুৱে চেলেকাৰ দৰে পাক খাই ওপৰলৈ উঠা চুলি৷ সাধাৰণতে সকলো মতা মানুহৰ মূৰৰ পাচফালে এটা বা কোনো কোনো মানুহৰ দুটা চক থাকে৷ এই ওপৰলৈ উঠি থকা চুলি কেইডালকে ষাঁড়চেলেকা বোলে৷
A tuft of hair turned up over the backhead or sometimes it is looks upon the forehead.
- ষাঁৰ-চেলেকাṣām̐ra-celekāNoun
গৰুবে চেলেকাৰ নিচিনা পাক খাই ওপৰলৈ উঠা কপলাৰ ওচৰত থকা চুলি; কপালত চকৰ পাতি থকা চুলি
a cowlick or a tuft of hair turned up over the forehead
- ষাঠিṣāṭhiNoun
তিনি কুৰি
sixty
- ষাণ্মাতুৰxan.ma.turProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- ষাণ্মাসিকṣāṇmāsikaAdjective
ছমহীয়া
half-yearly
- ষান্মাসিকxan.ma.xikProper Adj.
ছমাহৰ মুৰে মুৰে ঘটা৷
Occurring every six months or twice every year.