কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যক্ষপতিjo.khyo.po.tiProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- যক্ষেন্দ্ৰjo.khyen.droProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- যক্ষেশjo.khyexProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- যক্ষ্মাyakṣmāNoun
ক্ষয় বা খেহ ৰোগ
consumption
- যক্ষ্মাৰোগAbstract Noun
মাইক`বেক্টেৰিয়াম টিউবাৰকুল`ছিচ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা বিশেষকৈ হাওঁফাওঁত হোৱা এক প্ৰকাৰ বীজাণুজনিত ৰোগ।
an infectious disease that may affect almost any tissue of the body, esp. the lungs, caused by the organism Mycobacterium tuberculosis, and characterized by tubercles.
- যক্ষ্মাৰোগীjokh.ma.ro`giCommon Noun
যক্ষ্মা বা ক্ষয় ৰোগত ভোগা ব্যক্তি।
a person with pulmonary tuberculosis.
- যক্ষৰাজNoun
যক্ষৰ ৰজা কুবেৰ
Kuvera
- যকৱৎyakawatNoun
পেটৰ ভিতৰৰ পিত্তস্ৰাবী গ্ৰন্হি
liver
- যখyakha
পুতি থোবা ধন-সোণত লগা ভূত
a kind of ghost supposed to guard wealth buried under-ground
- যখাৰjokharMaterial Noun
মাংস সংৰক্ষণ কৰিবলৈ আৰু বিস্ফোৰক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা এবিধ দানাযুক্ত লৱণ, যাৰ বৈজ্ঞানিক নাম পটাচিয়াম নাইট্ৰেট।
White crystalline salty substance, scientifically named Potassium Nitrate, used in preserving meat and also in making gunpowder.
- যখিনীjo.khi.niCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- যখিনী ভেঁকুৰjo.khi.ni bhe~.kurCommon Noun
এবিধ বগা আঁঠুৱা সদৃশ ভেঁকুৰ(বেংচতা)৷ থাইলেণ্ড আদি দেশৰ খাদ্য৷ বৰ পুষ্টিকৰ৷
Phallus indusiatus, commonly called the bamboo fungus, bamboo pith, long net stinkhorn, crinoline stinkhorn or veiled lady, is a fungus in the family Phallaceae, or stinkhorns.
- যখিনী-খুইyakhinī-khuiNoun
ৰোগ বা কেৰোণে খোবাৰ গতিকে কোনো কোনো গছৰপৰা ওলোবা খুইৰ নিচিনা বগা ফেন [ইয়াৰ আচল কাৰণ নেজানি মানুহে তাক যখিনীৰ খুই বুলি ভাবে; ই মানুহৰ গাত লাগিলে খজুবায় আৰু গতি চকলা-চকল বান্ধে।]
secretion found upon plants exuded by the larva of certain tree-insects
- যখিনী-থুইjo.khi.ni-thuiMaterial Noun
ৰোগ বা কেৰোণে খোৱাৰ বাবে কোনো কোনো গছৰপৰা ওলোৱা থুইৰ নিচিনা বগা ফেন৷ ইয়াৰ আচল কাৰণ নেজানি মানুহে তাক যখিনীৰ থুই বুলি ভাবে; ই মানুহৰ গাত লাগিলে খজুৱায় আৰু চকলা-চকল বান্ধে৷
secretion found upon plants exuded by the larva of certain tree-insects.
- যজনNoun
পূজা কৰা কাৰ্য্য।
- যজমানNoun
পুৰোহিতৰ দ্বাৰায় পূজা, শৰাধ আদি কৰাওঁতা
one employing a priest to perform religious ceremonies
- যজমানিyajamāniNoun
"যাজন্" চোবাঁ।
- যজমানীAdjective
যাজন কাৰ্য্য কৰা; পূজা কৰা; পুৰোহিত কাম কৰা
officiating as a priest
- যজুৰ্বেদyajurbedaNoun
চাৰি বেদৰ এক বেদ [ইয়াত অনেক যাগ- যজ্ঞাদিৰ বিধান আছে। ইয়াৰ দুভাগ আছে; এভাগৰ নাম বাজসনেয় বা শুক্ল যজুৰ্ব্বেদ, আৰু ইভাগৰ নাম তৈত্তিৰীয় বা কৱষ্ণ যজুৰ্ব্বেদ।]
one of the four vedas
- যজুৰ্বেদীAdjective
যজুৰ্ব্বেদমতে চলা; যজুৰ্ব্বেদমতে কৰ্ম্ম কৰা
practising ceremonies according to rules of Yajurveda