কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দঁকdam̐kaNoun
দেওৰা আৰু দেওধনিৰ মূৰ্চ্ছা ধোবা অবস্হা
trance
- দঁক ধৰ্
to be sullen
- দঁকচিdam̐kaciAdverb
অতিশয়ৰূপে; বৰকৈ; যেনে-"সি দকচি খালে বা গালি পাৰিলে"
excessively
- দঁকত পৰ্
দেওধা-দেওধনি উঠোঁতে মূৰ্চ্ছা যা।
- দঁতd`otCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- দঁতালdam̐tālaAdjective
দীঘল আৰু বাহিৰলৈ ওলাই থকা দাঁত থকা (হাতী, গাহৰি আদি)
having tusks
- দঁতাল হাতীdo~.tal ha.tiCommon Noun
দীঘল বেকা দাঁতৰ হাতী৷
elephant with long curved teeth.
- দঁতুবাdam̐tubāAdjective
উজলা দাঁত থকা; উজলা-দঁতা; আগ দাঁতকেইটা ওখ বা ওঁঠৰ বাজলৈ ওলোবা
having projecting teeth
- দঁতুৱাdo~.tu.waProper Adj.
যাৰ ওপৰৰ পাৰি দাঁত আগলৈ ওলোৱা৷
One who`s front teeth of the upper jaw is upraised.
- দঁতোবালdam̐tobālaAdjective
দাঁতযুক্ত; দঁতাল (হাতী); যেনে-"কন্যাৰ লগত দিয়া দঁতোবাল হাতী
- দঁৰিয়াdam̐riẏāTransitive verb
বৰালি মাছৰ দাঁৰেৰ ফণিয়াই আঁহ মুকলি কৰ্ (কপাহৰ); . কৱদ
to straighten cotton with the teeth of a barali fish
- দঁতালProper Adj.
দাঁত থকা; বিশেষকৈ হাতীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়
bearing teeth or tusks, used particularly in case of elephant
- দংশdong.xoVerbal Noun
মানুহ বা জন্তুৰ দাঁতেৰে কৰা আঘাত
a wound made with the teeth of animal or man
- দংশকdaṃśakaNoun
দংশন কৰোঁতা; ; ডাঁহ
bitter ; a gadfly
- দংশনdong.xonVerbal Noun
মানুহ বা জন্তুৰ দাঁতেৰে কৰা আঘাত
a wound made with the teeth of animal or man
- দংশিতAdjective
দষ্ট; কামোৰা
bitten
- দংশ্daṃśTransitive verb
কামোৰ; খোঁট্
to bite, as a serpent
- দইনdainaNoun
হানি; ক্ষতি; লোকচান
loss
- দইন পৰ্Intransitive verb
হানি বা ক্ষতি হ
to be suffered, as a loss
- দইন্do.inAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.