কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাঁকphām̐kaNoun
আঁতৰ; ব্যবধান; . বিণ. দূৰ, বেলেগ
distance ; distant; separate
- ফাঁকিpha~.kiAdjective Adj.
সত্য বা প্ৰকৃত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা বক্তব্য
refers to a statement which is contrary to fact or truth
- ফাঁকি দেpha~.ki deVerb-Trans.
ইচ্ছাকৃতভাৱে প্ৰকৃত ঘটনা বা সত্যৰ বিপৰীত কোৱা
to tell contrary to fact or truth intentionally
- ফাঁকি-ফুকাpha~.ki-phu.kaAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ফাঁকিদাৰpha.ki.darProper Adj.
মিছা কথা কোৱা মানুহ ৷
A person who has lied or who lies repeatedly.
- ফাঁকিবাজpha.ki-bajProper Adj.
মিছা কথা কোৱা মানুহ ৷
A person who has lied or who lies repeatedly.
- ফাঁকুpha~.kuMaterial Noun
ফাকুৱাত ব্যৱহাৰ কৰা এবিধ ৰঙীন গুড়ি
A type of red powder sprinkled in the <b>Holi </b>festival.
- ফাঁকুগুৰিpha~.ku.gu.riMaterial Noun
ফাকুৱাত ব্যৱহাৰ কৰা এবিধ ৰঙীন গুড়ি
A type of red powder sprinkled in the <b>Holi </b>festival.
- ফাঁচphām̐caNoun
অপৰাধীৰ ডিঙিত লগাই প্ৰাণ বধ কৰা খোৰোচা জৰী
halter for hanging men
- ফাঁচি
ডিঙিত ফাঁচ লগাই ওলমাই প্ৰাণ বধ কৰা
execution by hanging
- ফাঁচি দি
ডিঙিত ফাঁচ লগাই ওলমাই প্ৰাণ বধ কৰ্
to execute by hanging
- ফাঁচি-কাঠ
মানুহ ফাঁচি দিবলৈ সজা কাঠৰ যতন
scaffold
- ফাঁচী দেpha~.si deVerb-Trans.
Suspend by the neck with a noosed rope until dead
- ফাঁচী বজাৰpha~.si bo.jarProper Noun
গুৱাহাটী মহানগৰৰ পশ্চিম অংশত গুৰুত্বপূৰ্ণ অঞ্চল এটা৷
An important place in west of Guwahati city
- ফাঁচী-কাঠpha~.si-kathMaterial Noun
অপৰাধীৰ ডিঙিত ৰচীৰে বান্ধি ওলোমাই ৰাখি মৃত্যুদণ্ড দিয়াৰ কাৰণে ব্যৱহাৰ কৰা কাঠৰ গাঁথনি
a wooden frame used for killing criminals by hanging them from it with a rope around their neck
- ফাঁচী-শালpha~.si-xalMaterial Noun
অপৰাধীৰ ডিঙিত ৰচীৰে বান্ধি ওলোমাই ৰাখি মৃত্যুদণ্ড দিয়াৰ কাৰণে ব্যৱহাৰ কৰা কাঠৰ গাঁথনি
a wooden frame used for killing criminals by hanging them from it with a rope around their neck
- ফাঁহি ফিচীকা, ফিচ্ফিচীয়াAdjective
সহজে ফটা (কাপোৰ)।
- ফাঁহ্phām̐hIntransitive verb
ফিচিক্; অলপ টানিলেই ফাট্
to be easily torn
- ফাংphāmNoun
চিপ্ৰাং; খূৰ্পী
a small iron tool for digging
- ফাং পাত ্
লোকক বঞ্চনা কৰিবলৈ মিছা কথা সাজ্; ফন্দি সাজ্
to invent a falsehood to deceive