কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচ্চাৰণ কৰ্us.sa.ron korVerb-Trans.
মাত, শব্দ কৰ ।
To make the sound of a word or letter in a particular way.
- উচ্চাৰণ বিভ্ৰাটAbstract Noun
দুটা শব্দৰ উচ্চাৰণ প্ৰায় একে হোৱাৰ বাবে এটা শব্দৰ পৰিৱৰ্তে আন এটা শব্দ ভুলকৈ ব্যৱহাৰ কৰা
use of a wrong word in place of another word with a similar sound
- উচ্চাৰণ বৈকল্যAbstract Noun
কথা ক’বলৈ ব্যৱহাৰ কৰা পেশীবোৰ দুৰ্বল হোৱাৰ বাবে কথা ক’বলৈ অসুবিধা হোৱা অৱস্থা
the condition in which one has difficulty speaking because of weak muscles used for speech
- উচ্চাৰণ-চিহ্নus.sa.ron-sih.noAbstract Noun
স্বৰধ্বনিৰ উচ্চাৰণ নিৰ্দেশক চিহ্নবিশেষ, ফৰাচী স্বৰৰ দৈৰ্ঘ্য নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা চিহ্ন৷
A character, or accent, a mark placed over a French vowel and in Latin and some other languages, denoting a long and contracted syllable.
- উচ্চাৰণ-ভংগীus.sa.ron-bhong.giAbstract Noun
কোনো ভাষা বা শব্দ কোৱাৰ ধৰণ
the way in which a language or a particular word or sound is uttered
- উচ্চাৰণ-স্হানNoun
মুখৰ যি ঠাইৰপৰা শব্দৰ উচ্চাৰণ হয়; যেনে-তালু, মূৰ প্ৰভৱতি
the part of the mouth whence the sound of a letter proceeds
- উচ্চাৰণগতProper Adj.
উচ্চাৰণৰ সৈতে সম্পৰ্ক থকা
related to pronunciation
- উচ্চাৰণসাধ্যus.sa.ron.xa.dhyoProper Adj.
উচ্চাৰণ কৰিব পৰা শব্দ, সমাজত ক’ব পৰা শব্দ
words or sounds that can be pronounced or articulated.
- উচ্চাৰণীয়us.sa.ro.ni.yoProper Adj.
উচ্চাৰণ কৰিব পৰা শব্দ, সমাজত ক’ব পৰা শব্দ
words or sounds that can be pronounced or articulated.
- উচ্চাৰিতAdjective
উচ্চাৰণ কৰা; মতা
pronounced; uttered
- উচ্চাৰ্uccārTransitive verb
উচ্চাৰণ কৰ্; মাত ্; শব্দ কৰ্; বোল্
to pronounce; utter
- উচ্চৈশ্ৰবাuccaiśrabāNoun
সাগল মথোঁতে ওলোবা বগা বৰণৰ ইন্দ্ৰৰ ঘোঁৰা
the horse of Indra
- উচ্চৈশ্ৰৱাAbstract Noun
দেৱৰাজ ইন্দ্ৰৰ ঘোঁৰা
the horse of Indra
- উচ্চৈস্বৰেuccaisbareAdverb
বৰকৈ আটাহ পাৰি; চিঞৰি
very loudly
- উচ্চয়Abstract Noun
বহুতো বস্তু একেলগ ল’গালে হোৱা পৰিমাণ ৷
The amount constituting the full quantity or extent.
- উচ্চৰ্uccarTransitive verb
উচ্চাৰ্; উচ্চাৰণ কৰ্; য়েনে-"একজনে যদি নাম উচ্চৰে" (কীৰ্ত্তন)
to pronounce
- উচ্চৰৱেus.so.ro.weAdverb
ডাঙৰকৈ শব্দ কৰি
strongly audible; having exceptional volume or intensity
- উচ্ছন্নucchannaAdjective
একেবাৰে নাইকিয়া হোবা; ধ্বংস হোবা; নষ্ট বা নিৰ্ম্মূল হোবা
ruined; wholly destroyed
- উচ্ছলucchalaAdjective
শুখ; ডাঙৰ; যেনে-"বান্ধিল উচ্ছল খোপা পুষ্পে ভৰি কেশ" (দশম)।
- উচ্ছস্বৰus.so.sworAbstract Noun
ডাঙৰকৈ কোৱা কথা ৷
A voice with high decibel (intensity).