কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁৰ কৰ্ লুকুবা
to conceal; to obstruct the view
- আঁৰ ছ
লুকা; নেদেখা হ; মৱত্যু হ
to be concealed; to disappear; to die
- আঁৰ দি আঁৰ
বা বেৰেৰে নেদেখা কৰ্
to put up a screen
- আঁৰ দিয়াAdjective
screened
- আঁৰ পৰ্বতProper Noun
ব্ৰহ্মপুত্ৰত উত্তৰ গুৱাহাটীৰ ওচৰত শিলাময় নদী দ্বীপ।অশ্বক্লান্ত মন্দিৰৰ ওচৰত থকা শ্ৰীকৃষ্ণ পদশিলাৰ পৰা আঁৰ পৰ্বতে কৰ্মনাশা শিলটো আঁৰ কৰে বা ঢাকি ধৰে৷
A small river island in Brahmaputra near North Guwahati. Found in Indian mythology.
- আঁৰ-কাপোৰNoun
বেৰৰ সলনি ব্যবহাৰ কৰা ডাঙৰ-দীঘল কাপোৰ; আঁৰ দিয়া কাপোৰ
a large screen of cloth
- আঁৰ-বেৰNoun
আবৰণ; ঢাকনি
a screen
- আঁৰকাতি মাৰ্
কাম কৰিব লাগে বুলি লুকাই ফুৰ্
to shirk work
- আঁৰকাপোৰar.ka.po’rMaterial Noun
দৰ্শনত বাধা দিয়া প্ৰতিবন্ধক|
barrier to block view.
- আঁৰতa~.rotAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- আঁৰলām̐ralaNoun
আঁৰ; ঢাকনি; নেদেখাঠাই
a retired place
- আঁৰল ঠাইa~.rol thaiAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- আঁৰলে-নিবলে হুবাAdverb
-দুবা নকৰাকৈ; ; চুপে-চাপে; হাই-হুই নকৰাকৈ
calmly and quietly ; without noise and ado
- আঁৰলে-নিৰলেa~.ro.le-ni.ro.leAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- আঁৰালām̐rālaNoun
আঁৰ; ঢাকনি; নেদেখাঠাই
a retired place
- আঁৰিām̐riNoun
গাত বাকলি নথকা গোটা-সজীয়া এবিধ ডাঙৰ তেলী মাছ
a kind of fish; Macrones aor
- আঁৰি-কুঁজাām̐ri-kum̐jāAdjective
আঁৰি মাছৰ সদৱশ পিঠিত অলপ কুঁজ বা ভাঁজ থকা; কুঁজা-চানেকীয়া; অলপ কুঁজা
hunch-backed
- আঁৰে আঁৰেAdverb
আঁৰৰ সিফাল হৈ; নেদেখাকৈ
behind the screen; unobserved
- আঁৰ্ām̐rTransitive verb
ওলোমাই থ
to suspend; to hand
- আঁৱৰিa~.wo.riProper Noun
a disorder of the nervous system, characterized either by mild, episodic loss of attention or sleepiness (petit mal) or by severe convulsions with loss of consciousness (grand mal).