কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুপৰনিশাdu.por.ni.xaAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- দুপৰবেলাAbstract Noun
দিন বা ৰাতিৰ আধা৷
half of a day or night.
- দুপৰীয়াNoun
দুপৰ বেলা; মাজ দিন; দিনৰ আধা
midday
- দুপৰীয়া টেঙাduparīẏā, ṭeṅāNoun
বৰ ডাঠ ডাঠ পাতেৰে এবিধ ক্ষুদ্ৰ গছ
a kind of acid plant used as vegetables
- দুফলীয়াduphalīẏāAdjective
দুফাল হোবা; দুভাগ হোবা
divided into two parts or halves
- দুবছৰীয়াdu.bo.so.ri.yaProper Adj.
Lasting or recurring every two years
- দুবদুৰ্লভdubadurlabhaAdjective
দেবতাৰ বাবেও দুষ্প্ৰাপ্য
that which is difficult to be acquired even by the gods
- দুবলাdubalāNoun
দুৰ্ব্বল; নিৰ্ব্বলী
weak
- দুবলীdubalīNoun
দুবিধ ফুল; যেনে-"দুবা দুবলী সৰজিল দুই ফুল। কঁয়া কেতেকী বেল কদম্ব বিশেষ" (মনকৰী)।
- দুবলীয়াdubalīẏāAdjective
ঘাই গৰাকীৰ তলতীয়া; যেনে-"দুবলীয়া লাট"
second in rank; Lieutenant
- দুবলীয়া পিয়ল
"দৰিয়াবাদী পিয়ল" চোবাঁ।
- দুবাdubāNoun
দুবিধ ফুল; যেনে-"দুবা দুবলী সৰজিল দুই ফুল। কঁয়া কেতেকী বেল কদম্ব বিশেষ" (মনকৰী)।
- দুবাৰdubāraNoun
ঘৰ-বাৰীৰ বাটৰ মুখ; ঘৰলৈ সোমোবা আৰু তাৰপৰা ওলাই অহা বাট
an entrance into a house
- দুবাৰ ভাব্du.bar bhabVerb-Intran.
কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে বিভিন্ন দিশৰ পৰা কথা বিলাক গমি-পিটি চোৱা৷
think carefully from various angles before taking a decision.
- দুবাৰ-গঁড়িলা
ওখ হৈ উঠা ডাঙৰ ঢৌ
a high wave
- দুবাৰ-গঁৰিলা
ওখ হৈ উঠা ডাঙৰ ঢৌ
a high wave
- দুবাৰ-গড়িয়া
দুবাৰডলি।
- দুবাৰ-চুক
দুবাৰ যি ফালে মেলা যায় সেই ফালৰ আৰু বেৰৰ মাজৰ চুক
the corner formed between a door and the wall of the house
- দুবাৰ-ডাং
দুবাৰ মৰা ডাং
a bar for fastening a door
- দুবাৰ-মুখ
দুবাৰ বা বাটৰ সমুখৰ ঠাই; পদুলি
an entrance; a gateway