কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰখrakhaTransitive verb
হানি-বিঘিনিৰপৰা ৰক্ষা কৰিবলৈ চাই থাক্; সাবধান ল; . কৱদ
to guard; to watch
- ৰখাrakhāTransitive verb
আনৰ দ্বাৰায় ৰক্ষা কৰা বা সাবধান লোবা
to cause to be guarded or watched
- ৰখা দি
"ৰখীয়া দি" চোবাঁ; যেনে-"দেবক...বৰ দ'লতে ৰখা দি থলে" (বুৰঞ্জী)।
- ৰখিয়ালro.khi.yalCommon Noun
পহৰা দিয়াৰ কাৰণে নিযুক্ত লোক৷
A person stationed to keep vigil.
- ৰখীয়াrakhīẏāNoun
আপদ বা অনিষ্টৰপৰা ৰক্ষা কৰি থকা মানুহ; ৰক্ষক
a protector; one who guards or watches
- ৰখীয়া দি
ৰখীয়াৰ হতুবাই চোবাই বা সাবধান লোবাই ক'লৈকো যাবলৈ নিদিয়াকৈ ৰাখ্
to cause to be guarded or confined
- ৰখোঁতাFeminine
ৰখঁতী।
- ৰগragaNoun
নাড়ী; শিৰ
a vein; a nerve
- ৰগত ধৰragata, dhara
কাৰো ভিতৰুবা স্বভাবৰ কথা ক
to dwell on one's private character
- ৰগৰragaraNoun
"ৰং" শব্দৰ 3য় অৰ্থ চোবাঁ।
- ৰঘুraghuNoun
ৰামৰ প্ৰপিতামহ; এজন সূৰ্য্যবংশীয় ৰজা
a solar king and great-grand-father of Rāma
- ৰঘু-মৰাro.ghu-mo.raCommon Noun
গছৰ ওপৰত গজা এবিধ ক্ষুদ্ৰ উদ্ভিদ ৷
a kind of parasitic plant growing upon another tree.
- ৰঘুকুলতিলকro.ghu.kul.ti.lokProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- ৰঘুকুলনন্দনro.ghu.kul.non.donProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- ৰঘুকুলপতিro.ghu.kuProper Noun

- ৰঘুনCommon Noun
এবিধ পিয়াঁজ গছৰ দৰে সৰু গছ আৰু তাৰ শিপাত হোৱা ফুটাৰ সমষ্টি।
An onionlike plant having a white bulb that breaks up into separable cloves with a strong distinctive odor and flavor.
- ৰঘুনন্দনNoun
ৰঘুবংশৰ সন্তান; ৰাম
Rāma
- ৰঘুনাথNoun
ৰঘুবংশৰ নাথ বা শ্ৰেষ্ঠ লোক; ৰাম
R āma
- ৰঘুপতিNoun
ৰঘুবংশৰ নাথ বা শ্ৰেষ্ঠ লোক; ৰাম
R āma
- ৰঘুবংশNoun
ৰঘু ৰজাৰ বংশ; সূৰ্য্যবংশ
the solar race