কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষুদ্ৰতমkhyu.dro.tomProper Adj.
the smaller than all others
- ক্ষুদ্ৰতাNoun
smallness; meanলess
- ক্ষুদ্ৰদ্বীপkhu.dro.dipCommon Noun
তেনেই/অতি সৰু দ্বীপ৷
a very small island.
- ক্ষুদ্ৰশৌচkhyu.dro.xousMaterial Noun
বৃক্কৰ দ্বাৰা ক্ষৰিত আৰু মূত্ৰস্থলীৰ পৰা নিৰ্গত বৰ্জনীয় জুলীয়া বস্তু
Waste fluid secreted by the kidneys and discharged from the bladder
- ক্ষুদ্ৰসঞ্চয়khyud.ro.xon.soyVerbal Noun
নিৰ্দিষ্ট সময়ৰ বাবে কম কমকৈ সঞ্চয় কৰা কাৰ্য্য ।
(periodically)saving a small amount of money usually in post office or banks for a (fixed,)limited period.
- ক্ষুদ্ৰাকাৰkhyu.dro.karProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- ক্ষুদ্ৰাক্ষkhyu.dra.khyoCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
- ক্ষুদ্ৰাতিক্ষুদ্ৰkhyud.ra.ti.khyud.roProper Adj.
অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷
Infinitely or immeasurably small.
- ক্ষুদ্ৰান্ত্ৰxu.dran.troMaterial Noun
পাকস্থলী আৰু ক’লনৰ মাজত থকা খাদ্য নলীৰ অংশটো
the part of the intestine that lies between the stomach and colon
- ক্ষুদ্ৰায়তনProper Adj.
অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷
Infinitely or immeasurably small.
- ক্ষুধাkṣudhāNoun
ভোক
hunger
- ক্ষুধাকৰkṣudhākaraAdjective
ভোক লগোবা
increasing appetite
- ক্ষুধাজনকkṣudhājanakaAdjective
ভোক লগোবা
increasing appetite
- ক্ষুধাতুৰkhyu.dha.turProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- ক্ষুধাহীনAdjective
আভোকীয়া; ভোক নলগা
having no appetite
- ক্ষুধাৰ্তAdjective
ভোকত দুখ পোবা; ভোকত চেপেটা লগা
afflicted with hunger; hungry
- ক্ষুধাৰ্ত্তAdjective
ভোকত দুখ পোবা; ভোকত চেপেটা লগা
afflicted with hunger; hungry
- ক্ষুধিত
"ক্ষুধাৰ্ত্ত" চোবাঁ।
- ক্ষুব্ধkṣubdhaAdjective
চিন্তাকূল; মনত উগুল-থুগুল লগা; মন বিচলিত হোবা
perturbed; mentally disturbed; anxious
- ক্ষুভিতkṣubhitaAdjective
ক্ষুব্ধ।