কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমাপকxo.ma.pokProper Adj.
যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷
refers to something added to complete a thing, make up for a deficiency.
- সমাপতিsamāpatiNoun
সমাপ্তি।
- সমাপনsamāpanaNoun
সম্পন্নকৰণ; সমাপ্ত বা সমাধা কৰা কাৰ্য্য
completion
- সমাপন কৰ্xo.ma.pon korVerb-Trans.
কিবা এটা প্ৰক্ৰিয়া শেষ কৰিবলৈ লোৱা
to conclude an ongoing process
- সমাপ্তsamāptaAdjective
শেষ কৰা; সম্পূৰ্ণ; . সমাপ্তি বি. শেষ; অন্ত; ওৰ; সমাপন
finished ; end; conclusion; finish
- সমাপ্তকাৰীxo.map.to.ka.riProper Adj.
যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷
refers to something added to complete a thing, make up for a deficiency.
- সমাপ্তিxo.map.tiAbstract Noun
যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
The point in time when an action, an event, or a phenomenon ceases or is completed.
- সমাবিদ্ধxo.ma.bidh.dhoVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- সমাবৃতxo.ma.bri.toVerbal Adj.
ঢাকি ৰখা, বেৰি ধৰা ।
Having a layer or amount of something over it.
- সমাবেশsamābeśaNoun
একেলগ কৰা কাৰ্য্য; . বিণ. সমাবিষ্ট।
act of putting together
- সমাবৰ্তনsamābartanaNoun
পুৰণি কালত, ব্ৰহ্মচৰ্য্যৰ শেষত গৱহস্হাশ্ৰমত প্ৰবেশ
- সমাবৰ্ত্তনsamābarttanaNoun
পুৰণি কালত, ব্ৰহ্মচৰ্য্যৰ শেষত গৱহস্হাশ্ৰমত প্ৰবেশ
- সমাবৱতsamābawataAdjective
পৰিবেষ্টিত; আবৱত
surrounded
- সমাযোজনVerbal Noun
খাপ খুৱাই লোৱা কাৰ্য্য; কোনো নিৰ্দিষ্ট অৱস্থা, স্থান বা উদ্দেশ্যৰ সৈতে খাপ খুৱাই লোৱা
the act of adjusting; adaptation to a particular condition, position, or purpose
- সমালোচকxo.ma.lo’.so.naCommon Noun
যি ব্যক্তিয়ে আন কাৰোবাৰ কামৰ দোষ, গুণ আদিৰ বিচাৰ কৰি নিজৰ ভাৱ প্ৰকাশ কৰে৷
One who forms and expresses judgments of the merits, faults, value, or truth of a matter
- সমালোচনsamālocanaNoun
সমালোচনা কৰা কাৰ্য্য
act of observing or remarking; act of riticising
- সমালোচনাsamālocanāNoun
ভালকৈ কৰা আলোচনা বা বিচাৰ; পৰামৰ্শ; আলচ; বিবেচনা; . বি. সমালোচন; বিণ. সমা- লোচিত; বিণ. সমালোচনী সক. ধা সমালোচনা কৰ।
criticism; consideration; review; consultation
- সমালোচনা কৰ্xo.ma.lo.so.na korVerb-Trans.
আনৰ দোষ বা ভুল-ত্ৰুটি খোচৰ্
To find fault and short-comings
- সমালোচনাত্মকxo.ma.lo`.so.nat.mokVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- সমালোচনামূলকxo.ma.lo`.so.na.mu.lokVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism