কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৌkhauNoun
এবিধ সৰু পাচি
a kind of small basket
- খৌ খৌkhau, khauNoun
চৌ চৌ; চুঙা বা নলাৰপৰা একেৰাহে পানী পৰাৰ নিচিনা শব্দ
an imitative word used to express the sound of contunual fall of water from a tube, etc.
- খৌ-খৌবনি
খৌ খৌ শব্দ কৰা কাৰ্য্য; অক. ধা. খৌ-খৌবা।
- খ্যাতkhyātaAdjective
জনা-শুনা; প্ৰসিদ্ধ
known; reputed
- খ্যাতনামাkhyat.na.maProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতাপন্নkhyātāpannaAdjective
প্ৰখ্যাত; বৰকৈ প্ৰসিদ্ধ; দেশে-বিদেশে জনা-শুনা
celebrated
- খ্যাতিkhyātiNoun
সুনাম; যশ
fame; renown
- খ্যাতি লাভ কৰ্khya.ti labh korVerb-Intran.
মানুহৰ মাজত বেছিকৈ নাম-জ্বলা হ
to earn name and fame
- খ্যাতিকৰVerbal Adj.
যশ বা খ্যাতি বঢ়াব পৰা বা সুনাম কঢ়িয়াই আনিব পৰা
something that can glorify or make one famous
- খ্যাতিমন্তAdjective
খ্যাতাপন্ন; প্ৰখ্যাত; যশস্যাযুক্ত
celebrated
- খ্যাতিমানkhya.ti.manProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতিসম্পন্নkhya.ti.xom.pon.noProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতিহানিkhya.ti.ha.niAbstract Noun
সন্মান বা যশৰ ক্ষতি; মান বা যশ হেৰুওৱা অৱস্থা
Loss of honour, respect, or reputation. The condition of having lost honour or good repute.
- খ্যাতিহীনkhya.ti.hinProper Adj.
বিখ্যাত নোহোৱা ।
someone not famous or known to many people.
- খ্যাতিৱানkhyati.banProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যান্তিkhyāntiNoun
বিবৰণ; বৱত্তান্ত; যেনে -"ইটো দুঃখ হুইবৈ উপশান্তিঃ শুনা তাৰ মৰণৰ খ্যান্তি" (কীৰ্ত্তন)
description; narration
- খ্ৰামkhramMaterial Noun
ডিমাচাসকলে ব্যৱহাৰ কৰা এবিধ ঢোলজাতীয় বাদ্যযন্ত্ৰ
A musical instrument use by the Dimasa people
- খ্ৰীষ্টkhrīṣṭaNoun
খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰবৰ্ত্তক; যীশু খ্ৰীষ্ট; খ্ৰীষ্টান; খ্ৰীষ্টিয়ান [ইং. ] খ্ৰীষ্ট-ধৰ্ম্ম; খ্ৰীষ্টাব্দ, খ্ৰীষ্টৰ জন্মৰপৰা চলা বছৰ বা চন,
Christ ; Christian ; a year in the Christian era; A.D
- খ্ৰীষ্ট-পূৰ্বাব্দ
খ্ৰীষ্টৰ জন্মৰপৰা হিছাপ কৰা পূৰ্ব্বৰ অব্দ
a year before the birth of Christ; B.C.
- খ্ৰীষ্টধৰ্মীkhris.to.dhor.miProper Adj.
যীশু খ্ৰীষ্টৰ দ্বাৰা প্ৰৱৰ্ত্তিত ধৰ্মত বিশ্বাসী বা সেই ধৰ্ম মানি চলা
Believing on or following the religion of Christ