কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোৰ ওলা
লুকাই থকাৰপৰা জনাজাত হ; উবাদিহ ওলা; যেনে-"আচল কথাৰ খোৰ ওলাইছে"
to give a clue
- খোৰ ল
অনুসন্ধান বা উবাদিহ ল
to enquire
- খোৰচেংkho`r.sengCommon Noun
a large, stately bird and a medium-sized crane at 100-130 cm (40-52 in) long, with a 180-240 cm (71-96 in) wingspan and a weight of 4.5-6 kg (10-13.2 lbs). It is grey with a white facial streak and a bunch of black wing plumes. Adults have a red crown patch. It has a loud trumpeting call, given in flight and display. It has a dancing display, leaping with wings uplifted. It breeds in wetlands in northern parts of Europe and Asia.
- খোৰাkhorāAdjective
পেঙুৰা; লেঙেৰা; লেকেচিয়াই বা ঠেং ভগাৰ দৰে খোজ কঢ়া
lame
- খোৰাIntransitive verb
পেঙুৰিয়াই যা
to walk lame; to limp
- খোৰা-বাচনিkhorā-bācaniNoun
বেঁকাকৈ বা চুক ভাঙি ভাঙি (খোৰা "দ"-ৰ আকৱতিৰ) ফুল তোলা বা কাপোৰ বোবা এটা বাচনি বা মোৰ; সেই নিচিনা মোৰৰ ফুল- বছা কাপোৰ
a particular mode of weaving ornamentations; a cloth with such ornamentations
- খোৰাকkhorākaNoun
খোবা বস্ত্ত বা তাক কিনিৰলৈ দিয়া নগদ ধন
food or money paid to purchase it
- খোৰাকিkhorākiNoun
খোবা বস্ত্ত বা তাক কিনিৰলৈ দিয়া নগদ ধন
food or money paid to purchase it
- খোৰাকীMaterial Noun
আইনসঙ্গতভাৱে পৰিত্যাগ কৰা পত্নীক পতিয়ে দিবলগা ধন
Money payable by the husband to his legally divorced wife
- খোৰোংkhoromNoun
ধোন্দ
a hollow in a tree
- খোৰোচাkhorocāNoun
চোঁচনি গাঁঠি; টান মাৰিলে আট খাই ধৰা গাঁঠি
a noose; a slip knot
- খোৰোচা-জৰীkho`.ro`.sa-jo.riMaterial Noun
কোনো গধুৰ বস্ত্ত ধৰিব বা দাঙিবৰ কাৰণে দুই মূৰ ঘূৰাই আঙঠিৰ নিচিনাকৈ বান্ধি লোৱা বেত বা জৰী।
a loop with a running knot of rope or cane made for holding or pulling heavy goods.
- খোৱাVerb-Trans.
খাদ্য পুনপটীয়াকৈ মুখত ভৰাই দে
to provide or supply food directly into the mouth
- খোৱা-কামোৰাkho`wa-ka.mo`.raAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- খোৱা-বোৱাkho’.wa-bo’.waVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- খোৱা-লোৱাkho`.wa-bo`.waVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- খোৱাংkho`.wangProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- খোৱাবস্তুkho`.wa.bos.tuMaterial Noun
জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷
any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth.
- খোৱাৰkho`.warMaterial Noun
কোনো গাঁও বা আন তেনে কোনো ঠাইত যুগুত কৰা গৰু-ম’হৰ সমজুৱা ফাটেক |
An enclosure in which cattle are trapped or kept and is held until redeemed.
- খোৱাৰত দেVerb-Trans.
Take possesion of forcibly or by legal power