কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমন্বয়কxo.mo.nwo.yokVerbal Adj.
যি সমন্বয় সাধন কৰে, অৰ্থাত্ (বিভিন্ন উপাদানৰ) মাজত যোগাযোগ স্থাপন কৰি একত্ৰ কৰে
a person who coordinates, i.e. organizes or integrates (diverse elements) in a harmonious operation
- সমপ্ৰীতিsamaprītiNoun
প্ৰণয়; সন্তোষ।
- সমপৰ্য্যায়Proper Adj.
সমান গুণ বা বল সম্পন্ন
having comparabale merit / ablity (when two competing agents are compared)
- সমবাহুsamabāhuAdjective
তিনিটা সমান বাহু থকা (ত্ৰিভুজ)
equilateral
- সমবায়samabāẏaNoun
সমূহ; সমুহীয়া কাৰবাৰ। সমবায়-সমিতি বিণ. কেইবাজনেও মূলধন গোটাই কাৰবাৰ কৰা লোক-সমূহ
co-operative society
- সমবায় বেঙ্কxo.mo.bay benkCommon Noun
সমবায় ভিত্তিত প্ৰতিষ্ঠা কৰা আৰু (সাধাৰণতে নিজৰ ৰাজ্যৰ ভিতৰতে) ব্যৱসায় চলোৱা বেঙ্ক৷ আন ৰাজ্যত লেন-দেন কৰিবলৈ হলে কোনো ৰাষ্ট্ৰীয়কৃত বেঙ্কৰ সৈতে ব্যৱসায়িক চুক্তি কৰি ল’বলগীয়া হয়৷ এই বেঙ্কবিলাকত ৰাজ্যচৰকাৰৰো কিছু অংশ থাকে৷
a banking system organized in a co-operative system. These banks usually function in their own states and tie up with other nationalized banks if they want to expand their business outside the home state. Usually respective state governments are also a share holder of these banks, e.g. The Assam State Co-operative Apex Bank Ltd.
- সমবেতsamabetaAdjective
সম্মিলিত; একেলগে উপস্হিত।
- সমবেত পঠনVerbal Noun
ছাত্ৰ-ছাত্ৰীৰ দলবোৰে পাল পাতি বিভিন্ন পৃষ্ঠা পঢ়া৷
Groups of students take turns reading different pages.
- সমবেত সংগীতxo.mo.be.to xong.gitAbstract Noun
বহুতো মানুহ বা বাদ্য-যন্ত্ৰই একেলগে সৃষ্টি কৰা সঙ্গীত
a group of people or instruments producing music in unison
- সমবেদনাsamabedanāNoun
সহানুভুতি; আনৰ সুখত সুখ আৰু দুখত দুখ বোধ কৰা
sympathy
- সমবেদনা জনাxo.mo.be.do.na jo.naVerb-Trans.
কোনো লোকৰ হানি বা দুৰ্দশাৰ সময়ত সহানুভূতি প্ৰকাশ কৰ্
to express sympathy with (a person) over a loss etc.
- সমবেদনা প্ৰকাশ কৰ্xo.mo.be.do.na pro.kax korVerb-Trans.
কোনো লোকৰ হানি বা দুৰ্দশাৰ সময়ত সহানুভূতি প্ৰকাশ কৰ্
to express sympathy with (a person) over a loss etc.
- সমবেশxo.mo.bexMaterial Noun
সেনা-বাহিনীৰ সদস্য বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধা একে ধৰণৰ সাজ-পাৰ
the special set of clothes worn by all members of an organization or a group at work, or by children at school
- সমব্যথাxo.mo.byo.thaAbstract Noun
লোকৰ দুখত সমভাগী হোৱা|
Deep awareness of the suffering of another coupled with the wish to relieve it.
- সমব্যথীxo.mo.byo.thiProper Adj.
আনৰ সুখ-দুখত পীড়া অনুভৱ কৰোঁতা|
to sympathy or relating to the sympathetic nervous system.
- সমবয়সীxo.mo.boyo.xiProper Adj.
প্ৰায় একে সমান বয়সৰ ব্যক্তি ।
A person of nearly the same age as another.
- সমবয়সীয়াxo.mo.boyo.xiyaProper Adj.
প্ৰায় একে সমান বয়সৰ ব্যক্তি ।
A person of nearly the same age as another.
- সমবয়স্কsamabaẏaskaAdjective
সমান বয়সৰ। স্ত্ৰী. সমবয়সী।
- সমভাগীxo.mo.bha.giProper Adj.
নিঃস্বাৰ্থভাৱে আনৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ ইচ্ছুক
unselfishly willing to share with others
- সমভাবাপন্নxo.mo.bha.ba.pon.noAdjective Adj.
একে ধৰণৰ চিন্তা কৰা বা ৰুচিবোধ, আগ্ৰহ থকা৷
having the same way of thinking or sharing similar ideas, interests etc.