কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুঃশীলduḥśīlaAdjective
বেয়া স্বভাবৰ; বেয়া আচৰণ কৰা
wicked; ill-behaved
- দুঃশীলা
কন্যাকাল হোবা ছোবালীৰ এটা বেয়া যোগ
a particular evil combination of stars existing at the moment of the first appearance of catamenia of a girl
- দুঃসংবাদdu.xong.badAbstract Noun
কোনো ফালৰ পৰা অহা বেয়া বাতৰি বা সম্বাদ৷
someone or something that is negitive, unencouraging or bed.
- দুঃসময়duḥsamaẏaNoun
দুৰ্দ্দিন; দুখৰ দিন
evil day; a time of distress
- দুঃসহduḥsahaAdjective
সহিব নোবৰা
intolerable
- দুঃসাধ্যduḥsādhyaAdjective
কৰিবলৈ টান; সাধিবলৈ টান
very difficult to do
- দুঃসাহসduḥsāhasaNoun
যি সাহৰপৰা বিপদ হয়; অসঙ্গত সাহস; মৰ- সাহ
rash courage; temerity
- দুঃসাহস কৰ্duh.xa.hoxVerb-Trans.
কোনো বিপদজনক কাম কৰিবলৈ সাহ কৰা ৷
to have courage to do a dangerous task
- দুঃসাহসিকdu.xa.ho.sikProper Adj.
অতি দুৰ্বাৰ, যথেষ্ট বিপদৰ সম্ভাৱনা থকা
very bold, involves a lot of risk
- দুঃসাহসীduh.xa.ho.xiProper Adj.
দুঃসাহস সম্পন্ন, অতি বেছি সাহস থকা ।
Invulnerable to fear or intimidation.
- দুঃস্থduh.sthoProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- দুঃস্বপ্নduḥsbapnaNoun
অশুভ ঘটনাৰ সপোন
a dream of evil happenings
- দুআVerbal Noun
গাখীৰ খীৰোৱা কাৰ্য ।
The process of taking milk from a cow, etc.
- দুআষৰীয়াdu.a.xo.riyaProper Adj.
এজনক এক কথা আৰু আন জনক বিপৰীত কথা কোৱা, এক সময়ত এক আৰু আন সময়ত আন কথা কোৱা ।
Marked by deliberate deceptiveness especially by pretending one set of feelings and acting under the influence of another.
- দুইduiNoun
একৰ দুগুণ; এক আৰু এক
two
- দুই কাট্dui, kāṭ
দ্বিতীয়া বাৰ মোট সলা (পলু)
to moult for the second time
- দুই তাল বজাdui, tāla, bajā
দুতলীয়া কথা ক; এবাৰ এক পক্ষৰ হকে, আনবাৰ আন পক্ষৰ হকে কথা ক
to prevaricate
- দুই নাও দুই ভৰিdui nao` dui bho.riAbstract Noun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷
A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive
- দুই-এক
অলপ; দুটা-এটা
a few; some
- দুই-এখনdui-e.khonProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one