কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীৰ্ঘজীৱীdir.gho.ji.biCommon Noun
বহু দিন জীয়াই থকা লোক
one who have a long life
- দীৰ্ঘতমProper Adj.
Longer than all items or elements considered.
- দীৰ্ঘতাdir.gho.taAbstract Noun
দীঘলৰ পৰিমাণ ।
The measurement of the extent of sth along its greatest dimension
- দীৰ্ঘতৰProper Adj.
যিটোৰ লগত ৰিজোৱা হৈছে, তাত কৈ দীঘল
Having more length than one compared with
- দীৰ্ঘদিনdir.gho.dinAbstract Noun
for a long period of time
- দীৰ্ঘদিনীয়াdir.gho.di.niaVerbal Adj.
lasting or pending for a long period of time.
- দীৰ্ঘদৃষ্টিdir.gho.dris.tiAbstract Noun
ভৱিষ্যতৰ কথা অনুমান কৰিব পৰা আৰু তাৰ বাবে আগতীয়াকৈ সাজু থকা গুণ
Ability to visualise future and remained be-aware beforehand
- দীৰ্ঘদৰ্শিতাNoun
দীৰ্ঘদৱষ্টি দীৰ্ঘদৰ্শিতা; বহু দূৰলৈ দেখা শক্তি
far-sightedness, long sight
- দীৰ্ঘদৰ্শীAdjective; Noun
আগলৈ কি হ'ব জানিব পৰা; ভবিষ্যৎ বুজিব পৰা
far-sighted
- দীৰ্ঘনিশ্বাসdir.gho.nis.waxVerbal Noun
দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰা কাৰ্য্য।
the act of letting out one's breath audibly, as from sorrow, weariness, or relief.
- দীৰ্ঘম্যাদীdīrghamyādīAdjective
বহুদিন-ব্যাপী
long-term
- দীৰ্ঘসূত্ৰতাNoun
কৰিম কৰিম বুলি পাছলৈ পেলাই থোবা স্বভাব।
- দীৰ্ঘসূত্ৰিতাdir.gho.xut.ri.taAbstract Noun
আশা কৰাতকৈ বা বিছৰাতকৈ কোনো কাম পিছত বা লাহে-লাহে হোৱা
the event of occuring sth later or slower than expected or desired.
- দীৰ্ঘসূত্ৰীAdjective
কৰিম কৰিম বুলি পাছলৈ পেলাই থোবা
procrastinating
- দীৰ্ঘস্থায়ীdir.gho.stha.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- দীৰ্ঘায়িত কৰ্dir.gha.yi.to korVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দীৰ্ঘায়ু
দীৰ্ঘজীবী; স্ত্ৰী. দীৰ্ঘায়ুসী।
- দীৰ্ঘায়ুসdir.gha.yuxCommon Noun
বহু দিন জীয়াই থকা লোক
one who have a long life
- দীৰ্ঘৰাবdīrgharābaNoun
দীঘলীয়া আৰু ডাঙৰ আটাহ
a long and loud cry
- দীৰ্ণdīrṇaNoun
বিদীৰ্ণ।