কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীপ্তকdip.tokAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- দীপ্তাগ্নিdīptāgniNoun
জ্বলা জুই
a blazing fire
- দীপ্তিdīptiNoun
জ্যোতি; প্ৰকাশ
lustre; light
- দীপ্তি কৰdip.ti korVerb-Intran.
light up a place or some object
- দীপ্তিকৰAdjective
জ্বলি থকা; উজ্জ্বল
shining; bright
- দীপ্তিবিহীনdip.ti.bi.hinProper Adj.
পোহৰ অথবা উজ্জলতাৰ অভাৱ বা নোহোৱা ৷
Devoid of or deficient in light or brightness.
- দীপ্তিমন্তAdjective
দীপ্তিকৰ।
- দীপ্তিমানAdjective
দীপ্তিকৰ।
- দীপ্তিমাপকdip.ti.ma.pokMaterial Noun
পোহৰৰ তীব্ৰতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ ইয়াৰ দ্বাৰা কোনো দ্বীপৰ দীপন-শক্তি জোখা হয়৷
Instrument for measuring light
- দীপ্তিযুক্তdip.ti.juk.toProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- দীপ্তিহীনdip.ti.hinProper Adj.
পোহৰ বিকিৰিত বা প্ৰতিফলিত নকৰা
not radiating or reflecting light
- দীপ্তোজ্জ্বলdip.to`j.jolProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- দীপ্যমানdīpyamānaAdjective
উজ্জ্বল
bright
- দীপৰঞ্জনAbstract Noun
চাকি বা দীপৰ পোহৰ
light cast from a lamp
- দীৰ্ঘdīrgha
"দীঘল" চোবাঁ
- দীৰ্ঘ-নিশ্বাসdīrgha-niśbāsaNoun
হুমুনিয়াই; যেনে "এহি বুলি তেজে বীৰ দীৰ্ঘ- নিশ্বাসক" (মা. ক., অযোধ্যাকাণ্ড)।
- দীৰ্ঘকালAbstract Noun
for a long period of time
- দীৰ্ঘকায়dir.gho.kayProper Adj.
সাধাৰণ গড় উচ্চতাৰ সীমাতকৈ অধিক উচ্চতা বিশিষ্ট
having a vertical extent above the average limit
- দীৰ্ঘচ্ছেদdir.ghos.sedAbstract Noun
ছেদন তলখন কোনো বস্তুৰ দীৰ্ঘতম অক্ষইদি যোৱাকৈ কাটিলে যেনে দেখা যাব, তেনে ৰূপৰ চিত্ৰ
the representation of an object as it would appear if cut by the vertical plane passing through the longest axis of the object
- দীৰ্ঘজীবিনীFeminine; Noun
দীৰ্ঘতা দীঘ
length