কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেয়াল-খুচিkhe.yal-khu.siAbstract Noun
কিবা কৰা বা পোৱাৰ বাবে মূৰ্খৰ দৰে হঠাতে ওপজা বাসনা।
a sudden and foolish desire to have or do something.
- খেয়ালিkhe.ya.liProper Adj.
অথিৰ স্বভাৱ থকা
characterized by caprice rather than reason; impulsive and unpredictable.
- খেৰkheraNoun
ধান, বন আদিৰ গুটি নথকা শুকান গছ আৰু পাত
dry grass or straw
- খেৰ-বোকাkhera-bokāNoun
কঠীয়া তোলা বোকা; পখাৰত যিবাৰ হাল বাওঁতে বা বোকা কৰোঁতে তাত ৰুবলৈ কঠীয়া তুলিব লাগে [চতুৰ্থ বাৰ হাল বোবা হ'লে কঠীয়া তুলি পানীত পেলায়।]।
- খেৰ-শনীkhera-śanīNoun
ধান নথকা ধান খেৰৰ মাজৰ ঠাৰি যাৰ আগত ধান লাগে
the stalk of paddy straw
- খেৰকটীয়া সুঁতিkher.ko.ti.ya xu~.tiProper Noun
মাজুলিৰ উত্তৰে আৰু লখিমপুৰ জিলাৰ দক্ষিণত ব্ৰহ্মপুত্ৰ এটা উল্লেখযোগ্য সুঁতি
A channel of Brahmaputra in northern part Majuli island of Jorhat district
- খেৰণিNoun
অধিককৈ খেৰ অৰ্থাৎ উলু, বৰতা থকা ঠাই
land covered with thatching grass
- খেৰতুলীkher tu.liMaterial Noun
ভিতৰত খেৰ ভৰোৱা তুলী; খেৰেৰে বনোৱা তুলী৷
a mattress filled with straw.
- খেৰাMaterial Noun
বড়ো-কছাৰী মহিলাই কাণত পিন্ধা এবিধ অলংকাৰ
An ornament of the Bodo or Kosari women
- খেৰাইkhe.raiProper Noun
খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ সাধাৰনতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷
A festival of Bodo Tribes of Assam.
- খেৰাজkherājaAdjective
ৰাজহ লগোবা
assessed with revenue
- খেৰাজীkherājīAdjective
ৰাজহ লগোবা
assessed with revenue
- খেৰাপkherāpaAdjective
বেয়া; মন্দ; অনিষ্ট
bad; offensive
- খেৰিkheriNoun
খেলা; যেনে-"আনন্দে গোবিন্দ খেৰি খেলাবত ৰে" (বৰগীত)
- খেৰীAdjective
খেৰেৰে ছোবা
thatched
- খেৰীবগkhe.ri.bogCommon Noun
The Little Bittern is a wading bird in the heron family Ardeidae, native to the Old World, breeding in Africa, central and southern Europe, western and southern Asia, and Australasia. Birds from temperate regions in Europe and western Asia are migratory, wintering in Africa and further south in Asia, while those nesting in the tropics are sedentary. It is rare north of its breeding range. The Australian race dubius is often regarded as a separate species, Black-backed Bittern.(Assamese birds name source- Prantik 16 Jun 2009, article page-26)
- খেৰেচkherecaAdjective
অধম; নীহ; জঘন্য; কুন্ধচ
low; contemptible
- খেৰেচ কৰ্
লেতেৰা কৰ্।
- খেৰেপাkherepāAdjective
খিচনিৰপৰা ওলোবাৰ নিচিনা বেয়া গন্ধ-যুক্ত
bad or offensive smelling
- খেৰোগেৰোkherogeroNoun
দোধোৰমোৰ।