কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপলঙ্ঘাupalaṅghāNoun
আজ্ঞা নমনা বা নুশুনা কাৰ্য্য; আজ্ঞা ভঙা বা তুচ্ছ কৰা কাৰ্য্য
disobedience; contempt
- উপলব্ধu.po.lob.dhoVerbal Adj.
মনেৰে বুজা,অকথিতভাৱে বুজি পোৱা
to be thoroughly familiar with; apprehend clearly the character, nature, or subtleties, to accept as true; believe
- উপলব্ধিupalabdhiNoun
অনুভব; অনুমান; এটা কথা দেখি আন এটা কথাৰ বিষয়ে জন্মা জ্ঞান; অন্তৰত হোবা বোধ
perception; inference
- উপলব্ধি কৰ্u.po.lod.dhi korVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- উপলভ্যu.po.lo.bhyoProper Adj.
সহজে পাব বা সংগ্ৰহ কৰিব পৰা
suitable or ready for use; of use or service,readily obtainable; accessible
- উপলভ্যতাupo.lo.bhyo.taAbstract Noun
প্ৰয়োজনৰ সময়ত সহজে পাব পৰা বা ল’ব পৰা অৱস্থা
the condition of being obtainable or accessible when required
- উপলময়Proper Adj.
শিলেৰে ভৰি থকা
full of stones or rocks
- উপলাupalāNoun
শিল; মূল্যবান পাথৰ; যেনে-"ঋণ শুজিবাক নপাৰয়; জানিবাহা সিটো দুৰাশয়ঃ উপলা-সদৱশ বিনোদৰ ভৈল পাত্ৰ" (নামঘোষা)
rock; stone; precious stone
- উপলুঙাu.po.lu.ngaVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- উপলুঙা কৰ্
ব্যঙ্গ কৰ্
to laugh at, to cut joke
- উপশব্দupaśabdaNoun
বিশেষ্য বা বিশেষণ-সৰ্ব্বনাম শব্দৰ আকৱতি, পৰিমাণ আদি বুজাবলৈ ব্যবহাৰ কৰা শব্দ; যেনে-খন,-ডাল, -ফেৰা, ইত্যাদি
a particle used after a noun to denote the size, shape etc., of the thing expressed by the noun; enclitic definitives
- উপশমupaśamaAdjective
কম হোবা; হ্ৰাস হোবা; শান্ত হোবা
relaxed; abated; pacified
- উপশম কৰ্u.po.xom korVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশম ঘটাu.po.xom gho.taVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশম হu.po.xom hoVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশমকMaterial Noun
কোনো ব্যক্তি বা বস্তু, যি কিহবাৰপৰা হোৱা বিষ বা আন প্ৰভাৱৰ প্ৰাবল্য কম কৰে
a person or thing that reduces pain or intensity of some effect
- উপশমকাৰীMaterial Noun
কোনো ব্যক্তি বা বস্তু, যি কিহবাৰপৰা হোৱা বিষ বা আন প্ৰভাৱৰ প্ৰাবল্য কম কৰে
a person or thing that reduces pain or intensity of some effect
- উপশমনAbstract Noun
কোনো নিৰ্দ্দিষ্ট সেৱাৰ নিৰ্দ্ধাৰিত সময় হ্ৰাস কৰা
Trim or reduce the amount the time of a service etc., like power cut
- উপশমন কৰ্upoxomon korVerb-Trans.
শক্তি, গাঢ়তা বা প্ৰাৱল্য হ্ৰাস হোৱা
To become less strong, severe or intense
- উপশমযোগ্যu.po.xom.jo’.gyoProper Adj.
সুস্থ কৰি তুলিব পৰা, আৰোগ্য কৰিব পৰা৷
able to be cured, admitting remedy.