কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠাণ্ডা কৰ্than.da korVerb-Trans.
কম উষ্ণতালৈ নে, কিন্তু বৰফ হোৱাকৈ নহয়
to (cause to) become cold but not freeze
- ঠাণ্ডাপানীthan.da.pa.niProper Noun
কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী এখন ঠাই৷
A village panchayat located in the Karbi Anglong district of Assam state,India. The latitude 26.11 and longitude 91.83 are the geocoordinate .
- ঠাণ্ডাপানী গাওঁthan.da.pa.ni gao`~Proper Noun
কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী এখন ঠাই৷
A village panchayat located in the Karbi Anglong district of Assam state,India. The latitude 26.11 and longitude 91.83 are the geocoordinate .
- ঠানṭhānaNoun
গঢ়; সাদৱশ্য; প্ৰকাৰ; যেনে-"উৰু কৰি-কৰ কটি ডমৰুক টান" (বৰগীত); যেনে-"শুনা সৰ্ব্বজন; আত অনন্তৰঃ যেন ঠান কথা ভৈল" (কীৰ্ত্তন)
shape; form; sort
- ঠান-ভানṭhāna-bhānaNoun
অঙ্গ-ভাঙ্গ
jesture of the limbs
- ঠানিṭhāniNoun
ঠালি।
- ঠানুবাṭhānubāAdjective
গঢ়িত; শুবনী
well-formed; beautiful
- ঠানুৱাdha.nu.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ঠানেṭhāneAdverb
দৰে; প্ৰকাৰে; যেনে-"চুম্বকৰ কাষে লোহা ভ্ৰমে যেন ঠানে" (কীৰ্ত্তন)
in the manner; in the way
- ঠাবṭhābaNoun
ঠাই, যেনে-"সি তুমি লবনু মাগা গোবালীৰ ঠাব" (বৰগীত); ক্ৰি. বিণ. ঠাবতে থিতাতে।
- ঠাবে-ঠিকেAdverb
ঠিককৈ; নিশ্চয়কৈ
with certainty
- ঠাবৰṭhābaraAdjective
নিশ্চয়; ঠিক; স্হিৰ; লৰচৰ কৰিব নোবৰা
certain; settled; unmovable
- ঠাবৰকৈAdverb
ঠিককৈ; নিশ্চয়কৈ
with certainty
- ঠাবৰাTransitive verb
ঠিকনা কৰ্; নিশ্চয় কৰ্
to ascertain
- ঠামṭhāmaNoun
ঠাই; ধাম
place
- ঠামহিAdverb
ঠাইতে; যেনে-"উত্তৰ অমৰ পদ ঠামহি মিলায়" (বৰগীত)।
- ঠামুবাAdjective
কোনো এক ঠাইতে গোট খোবা; যেনে-"বিধিয়ে নিৰমিলঃ যতনা ৰুপ গুণঃ যবহু সব এক ঠামুবা" (বৰগীত)।
- ঠালṭhālaNoun
গছৰ ডাল; শাখা
a branch
- ঠাল-ঠেঙুলিthal-the.ngu.liMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- ঠালিṭhāliNoun
গছৰ সৰু ডাল
a small branch; a twig