কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অচৰ্Proper Adj.
কম দূৰত বা ব্যৱধানত থকা
situated at a short distance or interval.
- অচৰ্ম্মছেদীo.sor.mo.se.diVerbal Adj.
পুৰুষাঙ্গৰ মূৰৰ ছাল নকটা (পুৰুষ)
not cicumcised, (a male) whose prepuce has not been removed
- অছিদ্ৰachidraAdjective
বিদ্ধা নথকা
unpierced; having no hole
- অছেদ-অভেদacheda-abhedaAdjective
ছিঙিব-ভাঙিব নোবৰা; অবিনাশী; নষ্ট নোহোবা বা কৰিব নোবৰা
indestructible; imperishable; ever-existing
- অছেদ্যAdjective
কাটিব বা ছেদ কৰিব নোবৰা; অভেদ্য
incapable of being cut or divided
- অজajaNoun
যাৰ জন্ম নাই; যি চিৰকাল আছে; ঈশ্বৰ; যেনে -"বসুদেব-গৱহত অজৰ উপজন" [কীৰ্ত্তন]
God
- অজগৌajagauNoun
একো নজনা লোক; জধামূৰ্খ
a very stupid man
- অজগৰajagaraNoun
এবিধ বৰ ডাঙৰ সাপ, ঢেঁকী সাপ
the boa-constrictor; python
- অজনajanaAdjective
জন্ম নোহোবা; নোপজাকৈয়ে হোবা
having no birth; come into existence without being born
- অজনকo.jo.nokProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- অজনিকাo.jo.ni.kaProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- অজলাajalāAdjective
একো নজনা; হোজা; ভোদা; অচতুৰ
simple; ignorant
- অজস্ৰajasraAdjective
সংখ্যাতীত; বহত
innumerable
- অজাগতিকProper Adj.
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা)
- অজাতajātaAdjective
নজন্মা; নোপজা
unborn
- অজাতশত্ৰুajātaśatruAdjective; Noun
যাৰ কোনো শত্ৰু নাই; যুধিষ্ঠিৰ।
- অজানajānaAdjective
অজ্ঞান; নজনা; বোধ নথকা; বিবেচনাহীন
ignorant; irrational
- অজানাo.ja.naProper Adj.
কওঁতাজনৰ বাবে পৰিচয় নথকা
someone whose details or identity is not known to the speaker
- অজানুলম্বিতProper Adj.
সিজনৰ হাত দুখন আঠু পয্যন্ত দীঘল
Person, whose hands are extended to knee at standing position
- অজান্তিajāntiAdjective
নজনা নুশুনা; যাৰ বিষয়ে একো জনা নেবায়; অজান্তিপুৰ, অজান্তিমূলুক বি নজনা নুশুনা ঠাই।