অছেদ-অভেদ
acheda-abheda
অৰ্থ
1.
ছিঙিব-ভাঙিব নোবৰা; অবিনাশী; নষ্ট নোহোবা বা কৰিব নোবৰা
indestructible; imperishable; ever-existing
বিণ.
2.
নেৰা-নেপেৰা; লালিকৈ হৈ থকা; ছেদ-ভেদ নোহোবা
incessant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ