অজ
aja
অৰ্থ
1.
যাৰ জন্ম নাই; যি চিৰকাল আছে; ঈশ্বৰ; যেনে -"বসুদেব-গৱহত অজৰ উপজন" [কীৰ্ত্তন]
God
বি.
2.
ব্ৰহ্মা; বিষ্ণু; শিব
name of Brahmā, Visnnu or Śiva
বি.
3.
জীবাত্মা
the individual soul
বি.
4.
মেঘ
cloud
বি.
5.
চন্দ্ৰ
moon
বি.
6.
কন্দৰ্প
the Indian Cupid
বি.
7.
ছাগলী
goat
বি.
8.
মেষৰাশি
Aries
বি.
9.
দশৰথ ৰজাৰ পিতৱ
the name of an ancient king of Ayodhyā, the father of Daśaratha
বি.
10.
অজ্ঞানী; একো নজনা; মূৰ্খ
stupid; ignorant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ