অজাতশত্ৰু
ajātaśatru
অৰ্থ
1.
যাৰ কোনো শত্ৰু নাই; যুধিষ্ঠিৰ।
বিণ. বি.
2.
মগধ দেশৰ এজন ৰজা; এওঁৰ দিনত বুদ্ধদেবে জন্মগ্ৰহণ কৰে; অজাতশত্ৰু হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ হয়।
বিণ. বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ