অছিদ্ৰ
achidra
অৰ্থ
1.
বিদ্ধা নথকা
unpierced; having no hole
বিণ.
2.
ছিদ্ৰ বা দায় নথকা; নিৰ্দ্দোষ; নিজগৰীয়া; মন্দ গুণ নথকা
innocent; faultless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
achidra
বিদ্ধা নথকা
unpierced; having no hole
বিণ.
ছিদ্ৰ বা দায় নথকা; নিৰ্দ্দোষ; নিজগৰীয়া; মন্দ গুণ নথকা
innocent; faultless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ