← ফুৰি যাওক

অজস্ৰ

ajasra

অৰ্থ

1.

সংখ্যাতীত; বহত

innumerable

বিণ.

2.

নেবা-নেপেৰা; ছেদ-ভেদ নোহোবা; ক্ষান্ত নোহোবা; অবিৰাম; নিৰন্তৰ

without cessation; continuous

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ