অজগৰ
ajagara
অৰ্থ
1.
এবিধ বৰ ডাঙৰ সাপ, ঢেঁকী সাপ
the boa-constrictor; python
বি.
2.
বৰ ডাঙৰ; . অজগৰ-ব্ৰত বি. অজগৰৰ নিচিনা একে ঠাইত থাকি তাতে কোনো আহাৰ পালে খাই, নেপালে নেখাই কৰা ব্ৰত বা অভ্যাস।
gigantic
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ