অজান
ajāna
অৰ্থ
1.
অজ্ঞান; নজনা; বোধ নথকা; বিবেচনাহীন
ignorant; irrational
বিণ.
2.
অচিনাকি; নজনা-নুশুনা; যেনে -'অজান মূলুক'
unknown
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ajāna
অজ্ঞান; নজনা; বোধ নথকা; বিবেচনাহীন
ignorant; irrational
বিণ.
অচিনাকি; নজনা-নুশুনা; যেনে -'অজান মূলুক'
unknown
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ