কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কজলাkajalāAdjective
অলপ বগা-মিহলি নীল-বৰণীয়া; মেঘ- বৰণীয়া
bluish white
- কঞ্জুচkon.jusProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- কটকিনাkot.ki.naProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- কটঙাkaṭaṅāAdjective
নীৰস; দৰিদ্ৰ
poor; hard
- কটলা-কটলkaṭalā-kaṭalaAdjective
টাম হৈ থকা; কোমল নোহোবা
consisting of hard pieces
- কটলুবাkaṭalubāAdjective
কাটল বা ৰাজহ লগোবা; যেনে-"কটলুবা ঘাট বা বিল"
having a tax levied upon
- কটলুৱাko.to.lu.waVerbal Adj.
কাটল বা ৰাজহ লগোৱা
having a tax levied upon
- কটুkaṭuAdjective
জলা
pungent
- কটুক্তিko.tuk.tiAdjective Adj.
টানকৈ কোৱা কথা৷
words uttered in harshness.
- কটুভাষীAdjective
বেয়া কথা কোবা; গালি পৰা; অপ্ৰিয়বাদী
foul-mouthed
- কটুৰkaṭuraAdjective
টান; নীৰস; সাৰ নথকা (মাটি)
hard; dry and barren (said of soil)
- কট্কটীয়াAdjective
অস্হিৰ; ডেও পৰা; কচ্কচীয়া; চঞ্চল; যেনে-"কট্কটীয়া ল'ৰা"
restless; restlessly active
- কট্কিনাkaṭkināAdjective
কৱপণ; চিকটা
niggardly; miserly
- কট্মটীয়াkaṭmaṭīẏāAdjective
টান; কঠিন
hard; difficulty
- কটৰীয়াkaṭarīẏāAdjective
ভালকৈ নিসিজা বা কোমল নোহোবা; দুটা (চাউল)
not properly boiled; not soft
- কঠনীয়াkaṭhanīẏāAdjective
একঠা ধৰা বা সিজাব পৰা; কঠীয়া; আধেৰ ধৰা
holding half a seer or one kaṭhā
- কঠিনkaṭhinaAdjective
টান; সহজে কাটিব, ছিঙিব বা ভাঙিব নোবৰা
hard
- কঠীয়াkaṭhīẏāAdjective
একঠা ধৰা
measuring half a seer or one kaṭhā
- কঠুবাkaṭhubāAdjective
কাঠৰ নিচিনা টান আৰু নীৰস
dry and hard like wood
- কঠুৱাko.thu.waProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.