← ফুৰি যাওক

কঠীয়া

kaṭhīẏā

অৰ্থ

1.

একঠা ধৰা

measuring half a seer or one kaṭhā

বিণ.

2.

ৰুবৰ কাৰণে সিঁচি গজাই ৰখা ধানৰ পুলি [ইয়াৰ দুবিধ; যেনে-ধূলীয়া আৰু লোবা কঠীয়া]

paddy seedlings

বি.

3.

সঁচ; বিধান; খেতি কৰিবলৈ সাঁচি থোবা গুটি

seed preserved for sowing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঠীয়া · অসমীয়া অভিধান