← ফুৰি যাওক

কজলা

kajalā

অৰ্থ

1.

অলপ বগা-মিহলি নীল-বৰণীয়া; মেঘ- বৰণীয়া

bluish white

বিণ.

2.

ৰঙাৰে মিহলি ক'লা; জামু- ক'লীয়া; গোমা পুৰৈয়া

dark-red; purple

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কজলা · অসমীয়া অভিধান