কঠুবা
kaṭhubā
অৰ্থ
1.
কাঠৰ নিচিনা টান আৰু নীৰস
dry and hard like wood
বিণ.
2.
নিৰ্দ্দয়
heartless
বিণ.
3.
কৰ্কশ; টান; ছঁটা
harsh; rough
বিণ.
4.
সোবাদ নথকা
tasteless; insipid
বিণ.
5.
কাঠৰ সৰু পাত্ৰ (কাঁহি, বাটি আদি)
a small wooden vessel
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ