← ফুৰি যাওক

কঠিন

kaṭhina

অৰ্থ

1.

টান; সহজে কাটিব, ছিঙিব বা ভাঙিব নোবৰা

hard

বিণ.

2.

নিৰ্দ্দয়; নিমৰমিয়াল

cruel

বিণ.

3.

কৱপণ; চিকটা

miserly

বিণ.

4.

বুজিবলৈ টান; সহজ নোহোবা

difficult

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঠিন · অসমীয়া অভিধান