কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বছৰ-বিয়নীAdjective
প্ৰতি বছৰে পোবালি দিয়া (মাইকী জন্ত্ত)
producing a calf or young one every year
- বছৰীয়াProper Adj.
বছৰ হোৱা
The time taken by the earth to make one revolution around the sun
- বছৰেকীয়াAdjective
এবছৰ বয়সৰ
one year old
- বজাbajāAdjective
গুটি নধৰা; সন্তান বা পোবালি জন্মাবৰ শক্তি নথকা
unable to produce an offspring; barren
- বজাৰভিত্তিকbo.jar.bhit tikProper Adj.
Depending on the response of the market forces.
- বজুবাbajubāAdjective
বাহিৰফালে থকা
staying outside
- বজোবাAdjective
কৱদ.
- বজ্ৰ-কল্পAdjective
বজ্ৰৰ নিচিনা টান; উগ্ৰ
violent; vehement
- বজ্ৰবটালিboj.ro.bo.ta.liProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- বজ্ৰময়Adjective
বৰ টান; বজ্ৰৰ নিচিনা
very hard; adamantine
- বজ্ৰসাৰAdjective
বজ্ৰময়; যেনে-"এৰি গৈল ধনুখান যেন বজ্ৰসাৰ" (মা., আদিকাণ্ড)।
- বজৰাbajarāAdjective
সৰু আৰু বৰ টান (মাহ)
stony (said of a seed); very hard, as some pulses
- বজৰুবাbajarubāAdjective
বজাৰৰ; বজাৰত থকা বা পোবা
belonging to a bazar; available in a bazar
- বজৰুৱাbo.jo.ru.waProper Adj.
বেহা-বেপাৰ, বাণিজ্য আদিৰ সৈতে জড়িত।
connected with trade, commerce or merchants.
- বঞ্চিতAdjective
প্ৰতাৰিত; বঞ্চনাত পৰা; ঠগত পৰা
cheated
- বঠা-পতীয়াAdjective; Noun
বঠাৰ গঢ়যুক্ত
flat in the middle and narrowing towards the two ends
- বতাbatāNoun
বৰতা; বৰঙা; উলুৰ নিচিনা কিন্ত্ত তাতকৈ ওখ বন; ইকৰা
a kind of coarse grass; thatching grass
- বতাহীAdjective
বতাহৰ দৰে লৰি-ঢাপৰি ফুৰা; অস্হিৰ (স্ত্ৰী.)
unsteady; restless
- বত্ৰিছbatrichaNoun
একুৰি বাৰ
thirty- two
- বত্ৰিশbatriśaNoun
একুৰি বাৰ
thirty- two