← ফুৰি যাওক

বঞ্চিত

অৰ্থ

1.

প্ৰতাৰিত; বঞ্চনাত পৰা; ঠগত পৰা

cheated

বিণ.

2.

আশা পূৰ্ণ নোহোবা; নৈৰাশ

disappointed; deprived of

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ