বজৰুবা
bajarubā
অৰ্থ
1.
বজাৰৰ; বজাৰত থকা বা পোবা
belonging to a bazar; available in a bazar
বিণ.
2.
সামান্য; সভ্য মানুহৰ নিয়ম নজনা
vulgar; common
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
bajarubā
বজাৰৰ; বজাৰত থকা বা পোবা
belonging to a bazar; available in a bazar
বিণ.
সামান্য; সভ্য মানুহৰ নিয়ম নজনা
vulgar; common
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ