← ফুৰি যাওক

বজৰা

bajarā

অৰ্থ

1.

সৰু আৰু বৰ টান (মাহ)

stony (said of a seed); very hard, as some pulses

বিণ.

2.

বজৰীয়া; সৰু সৰু গুটিৰে পূৰ্ণ (কল)

full of seeds, as a plantain fruit

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বজৰা · অসমীয়া অভিধান