বজা
bajā
অৰ্থ
1.
গুটি নধৰা; সন্তান বা পোবালি জন্মাবৰ শক্তি নথকা
unable to produce an offspring; barren
বিণ.
2.
বাহিৰ হ; যেনে-"প্ৰত্যেক ভৰিত আতি ৰুধিৰ বজাই" (ৰুক্মিণী-হৰণ)।
অক. ধা.
3.
বাদ্য যন্ত্ৰ বা অন্য কোনো বস্ত্তৰ ধ্বনি তোল্
to play upon, as a musical instrument; to cause anything to sound
সক. ধা.
4.
বহা; কৱতকাৰ্য্য হ; জয়লাভ কৰ্
to be successful; to attain victory
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ