বছৰেকীয়া
অৰ্থ
1.
এবছৰ বয়সৰ
one year old
বিণ.
2.
এবছৰ কাল ব্যাপি থকা
lasting for a year
বিণ.
3.
এবছৰত এবাৰ হোবা
annual
বিণ.
4.
মৰাৰ প্ৰথম বছৰৰ অন্তত কৰা শৰাধ
a ceremony performed at the end of the first year after death
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ