← ফুৰি যাওক

বতা

batā

অৰ্থ

1.

বৰতা; বৰঙা; উলুৰ নিচিনা কিন্ত্ত তাতকৈ ওখ বন; ইকৰা

a kind of coarse grass; thatching grass

বি.

2.

বৰতা বা তৱণেৰে ঢাক খাই থকা পতিত (মাটি)

waste land covered with grass jungle

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ