← ফুৰি যাওক

বতাহী

অৰ্থ

1.

বতাহৰ দৰে লৰি-ঢাপৰি ফুৰা; অস্হিৰ (স্ত্ৰী.)

unsteady; restless

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বতাহী · অসমীয়া অভিধান