কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিয়াciẏāNoun
মুছলমান জাতিৰ এটা সম্প্ৰদায়; আলীৰ দলভুক্ত মুছলমান [এওঁলোকে তাজিয়া পৰ্ব পালন কৰে]
a sect of Muhammedans
- চিয়াঁৰে চিয়াঁৰেsiya~.re siya~.reAdverb
কোনো চিনেৰে বুজা বা প্ৰকাশ কৰা ৷
To allude to by a hint.
- চিয়াৰ-মাৰsi.yar marVerb-Trans.
To display a sign or make things known
- চিৰciraNoun
খণ্ড; ফাল; যেনে-"শোকে ৰাবণৰ হিয়া হৈব দুই চিৰ" (মা. আদিকাণ্ড)
a torn split piece
- চিৰকালেAdverb
সদায়
always
- চিৰবাঞ্ছিতVerbal Noun
সকলো সময়তে পাবলৈ আশা কৰি থকা
expected or desired all the time
- চিৰবিচ্ছেদsi.ro.bis.sedVerbal Noun
বাকী থকা সমগ্ৰ সময়ৰ বাবে হোৱা এৰা-এৰি৷
separation forever.
- চিৰবিদায়si.ro.bi.dayVerbal Noun
চিৰদিনৰ কাৰণে দিয়া বিদায়
farewel forever; bidding adieu forever
- চিৰস্থায়ীকৈsi.ros.tha.yi.loiAdverb
বহুদিনৰ পৰা কোনো স্থানত স্থায়ীভাৱে থকা৷
In a permanent manner, intended to exist or function for a long period without significant change.
- চিৰাচিৰ কৰ্si.ra.sir korVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- চিৰিক্cirikIntransitive verb
অলপ অলপকৈ পৰ্ (পানী আদি)
to drizzle
- চিৰিক্ চিৰিক্ কৰে, চিৰিক্ চিৰিক্কৈcirik, cirik, kare, cirik, cirikkaiAdverb
অলপ অলপকৈ বেগেৰে ওলাই পৰ্ (পানী আদি)
discharging little by little (said of bleeding, etc.)
- চিৰিঙনিsi.ri.ngo.niVerbal Noun
বেগাই ঘনে ঘনে বেজীৰে খোঁচাৰ নিচিনা বেদনা৷
a sharp darting or piercing pain of the nerves, a tingling pain.
- চিৰিঙলিsi.ri.ngo.liVerbal Noun
বেগাই ঘনে ঘনে বেজীৰে খোঁচাৰ নিচিনা বেদনা৷
a sharp darting or piercing pain of the nerves, a tingling pain.
- চিৰিঙ্গনিsi.ri.ngo.niVerbal Noun
বেগাই ঘনে ঘনে বেজীৰে খোঁচাৰ নিচিনা বেদনা৷
a sharp darting or piercing pain of the nerves, a tingling pain.
- চিৰিঙ্গলিsi.ri.ngo.liVerbal Noun
বেগাই ঘনে ঘনে বেজীৰে খোঁচাৰ নিচিনা বেদনা৷
a sharp darting or piercing pain of the nerves, a tingling pain.
- চিৰ্sirVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- চিৰ্চিৰাIntransitive verb
মৱদু শব্দ কৰি ধীৰে ধীৰে বৈ যা (অলপ পানী)
to flow with a gentle murmuring sound as water
- চুঁচি-পাচিsu~.si-pa.siAdverb
কাঁহী আদিত অকণো খাদ্য নেৰাকৈ খোৱা৷
to eat without leaving anything on the plate.
- চুকচুকাsuk.su.kaVerb-Trans.
অনুৰোধ, প্ৰশংসা আদি কৰি কাৰোবাক প্ৰভাৱিত কৰ্।
influence or urge by gentle urging, caressing or flattering.