← ফুৰি যাওক

চিৰ্চিৰা

অৰ্থ

1.

মৱদু শব্দ কৰি ধীৰে ধীৰে বৈ যা (অলপ পানী)

to flow with a gentle murmuring sound as water

অক. ধা.

2.

ধীৰে ধীৰে বৈ থকা পানীৰ নিচিনা শব্দ কৰ্

to make a low murmuring sound, as water flowing gently

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিৰ্চিৰা · অসমীয়া অভিধান