← ফুৰি যাওক

চিৰিক্ চিৰিক্ কৰে, চিৰিক্ চিৰিক্কৈ

cirik, cirik, kare, cirik, cirikkai

অৰ্থ

1.

অলপ অলপকৈ বেগেৰে ওলাই পৰ্ (পানী আদি)

discharging little by little (said of bleeding, etc.)

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিৰিক্ চিৰিক্ কৰে, চিৰিক্ চিৰিক্কৈ · অসমীয়া অভিধান