← ফুৰি যাওক

চিৰ

cira

অৰ্থ

1.

খণ্ড; ফাল; যেনে-"শোকে ৰাবণৰ হিয়া হৈব দুই চিৰ" (মা. আদিকাণ্ড)

a torn split piece

বি.

2.

বস্ত্ৰ; যেনে-"লম্বি নিতম্ব পীত ৰুচি চিৰ। পদ পঙ্কজ ঝুৰে ৰতন মঞ্জীৰ" (বৰগীত)।

বি.

3.

ফাট; যেনে-"যাৰ মুঠি-প্ৰহাৰে মেদিনী মেলে চিৰ" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)।

4.

ফাল্; ছিৰ্; যেনে-"গৰুড়ে পেলাইল ঠোটে চিৰি" (কীৰ্ত্তন)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিৰ · অসমীয়া অভিধান