← ফুৰি যাওক

চিয়া

ciẏā

অৰ্থ

1.

মুছলমান জাতিৰ এটা সম্প্ৰদায়; আলীৰ দলভুক্ত মুছলমান [এওঁলোকে তাজিয়া পৰ্ব পালন কৰে]

a sect of Muhammedans

বি.

সমাৰ্থক শব্দ

2.

পো-নাতিৰ দিনলৈ থকা যশস্যা; কীৰ্ত্তি; যেনে-"কাললৈ থাকিব চিয়া" (বনগীত)

renown descended to posterity

বি.

3.

কোনো লোকৰ নাম জলাই ৰখা কাৰ্য বা বস্ত্ত

a memorial or any act whereby one's memory is preserved

বি.

4.

সঁচা ক'বলৈ ঈশ্বৰ বা ধৰ্মৰ নাম স্মৰণ বা উচ্চাৰণ কৰ্; যেনে-"তাক ধৰম চিয়াই শপত কৰালে"

to cause a man to swear in the name of God; to swear in the name of God

সক. ধা.

5.

ডাঙৰকৈ বা চিয়ঁৰি মাত ্; চিয়ঁৰ্; য়েনে-"ৰামৰাম গুৰু পাছে সূত্ৰ চিয়াইলন্ত" (শঙ্কৰ-চৰিত)

to call aloud

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ