← ফুৰি যাওক

চিৰকালে

অৰ্থ

1.

সদায়

always

ক্ৰি. বিণ.

2.

বহুত দিন পৰ্যন্ত

for a logn period

ক্ৰি. বিণ.

3.

বহুত দিনৰ পাছত; যেনে-"চিৰকালে পাইলা পিতা মাতাৰ সমীপ। অতি আনন্দিত যদুকুলৰ প্ৰদীপ" (দশম)

after a long period

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিৰকালে · অসমীয়া অভিধান