← ফুৰি যাওক

চিৰিঙ্গনি

si.ri.ngo.ni

অৰ্থ

1.

বেগাই ঘনে ঘনে বেজীৰে খোঁচাৰ নিচিনা বেদনা৷

a sharp darting or piercing pain of the nerves, a tingling pain.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিৰিঙ্গনি · অসমীয়া অভিধান